সংসৰ্গ
saṃsarga
অৰ্থ
1.
সঙ্গ; একে লগে থকা
living together; association
বি.
2.
সম্পৰ্ক
connection
বি.
3.
সহবাস; . বিণ. সংসৰ্গিত লগৰীয়া হোবা অবস্হা; বিণ. সংসৰ্গী; স্ত্ৰী. সংসৰ্গিণী।
intercource; co-habitation
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ