← ফুৰি যাওক

সংক্ৰমণ

saṅkramaṇa

অৰ্থ

1.

পাৰ হোবা কাৰ্য্য

2.

গ্ৰহৰ এটাৰপৰা আন এটা ৰাশিলৈ গমন

the transition of a planet from one sign of zodiac to another

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সংক্ৰমণ · অসমীয়া অভিধান