অচল
acala
অৰ্থ
1.
গতি-শূন্য; অলৰ; লৰচৰ নকৰা; স্হিৰ; নলৰা
fixed; motionless; firm
বিণ.
2.
উঠি-লৰি ফুৰিব নোবৰা; লৰচৰ কৰিব নোবৰা
incapable of moving about
বিণ.
3.
পৰ্ব্বত! স্ত্ৰী. অচলা লৰচৰ নকৰা; দৱঢ়া; স্হায়ী
steadfast; firm; permanent
বিণ.
4.
পৱথিবী; বিণ. অচলিত চলন বা ব্যবহাৰ নথকা
the earth ; not current; not in use
বি.
5.
বিচলিত নোহোবা; লৰচৰ নোহোবা
firm; unmoved; motionless
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ