← ফুৰি যাওক

সাঁঠ

sām̐ṭha

অৰ্থ

1.

"অম্বুবাচী" চোবাঁ।

সমাৰ্থক শব্দ

2.

কামৰূপত জেঠৰ শেহৰ 4 দিন আৰু আহাৰৰ প্ৰথম তিনি দিনক ষাঁঠ বোলে; যেনে-"আমোতিৰ ষাঁঠ লাগিছে"।

সমাৰ্থক শব্দ

3.

একে লালীয়ে হোবা বৰষুণ; যেনে-"আমোতীয়া ষাঁঠ"

continuous rain for some days

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সাঁঠ · অসমীয়া অভিধান