← ফুৰি যাওক

ষড়ানন

ṣaṛānana

অৰ্থ

1.

কাৰ্ত্তিক; মহাদেবৰ পুতেক; দেবতাসকলৰ সেনাপতি

a name of Kārttika, the son of Śiva and general of the gods

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ষড়ানন · অসমীয়া অভিধান