← ফুৰি যাওক

শোধন

śodhana

অৰ্থ

1.

নিৰ্ম্মল বা পবিত্ৰ কৰা কাৰ্য্য; জুইত পুৰি ধাতু পৰিষ্কাৰ কৰা কাৰ্য্য

the act of purifying, sanctifying or refining

বি.

2.

ভুল গুচোবা কাৰ্য্য; . কৱদ

correction

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শোধন · অসমীয়া অভিধান