শোণিতপুৰ
śoṇitapura
অৰ্থ
1.
অসমৰ বৰ্ত্তমান তেজপুৰ নগৰৰ কাষত থকা বাণ ৰজাৰ নগৰ [পুৰণি নগৰৰ দ'ল-দেবাল, শিলৰ গড়, মূৰ্ত্তি আদি আজিলৈকে বৰ্তমান আছে]
the chief town of the mythological king Bāna, the relics of which still exist near Tezpur in Assam
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ