শেনচোবা
অৰ্থ
1.
আহোম ৰজাৰ দিনৰ এটা ফৈদৰ মানুহ [এওঁলোকৰ শেন পুহি আন চৰাইক ধৰাই ৰজাক ৰং দেখুবাবৰ বাব আছিল।]
a falconer of the Āhom king
বি.
2.
বৰুবা শেনচোবাবিলাকৰ ঘাই বিষয়া।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ