← ফুৰি যাওক

শুঁৰ বোবা টেঙেচি

śum̐ra, bobā, ṭeṅeci

অৰ্থ

1.

দেখিবলৈ টেঙা-সোলেঙৰ নিচিনা কিন্ত্ত তাতকৈ সৰু পাতেৰে, মাটিত শুঁৰ বাই বগাই যোবা, ৰঙচীয়া বৰণৰ এবিধ বনৰীয়া টেঙা শাক; হাতী-টেঙেচি

a kind of pot herb

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শুঁৰ বোবা টেঙেচি · অসমীয়া অভিধান