← ফুৰি যাওক

শুক্ৰ

śukra

অৰ্থ

1.

ভৱগু মুনিৰ পুতেক-দৈত্য-গুৰু

the preceptor of the Asuras

বি.

2.

ছয় সংখ্যাৰ গ্ৰহৰ নাম; পুবঁতী- তৰা

Venus, the morning star

বি.

3.

শুকুৰবাৰ

Friday

বি.

4.

বীৰ্য্য; ৰেতস

semen virile

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শুক্ৰ · অসমীয়া অভিধান