← ফুৰি যাওক

আধামূৰী খা

অৰ্থ

1.

বৰ পৰিশ্ৰমত মূৰ-ফুৰণি ধৰ্; মনৰ দুখত আধা-মৰা বা বিতত হ

to be bewildered or to losr head with much exertion

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আধামূৰী খা · অসমীয়া অভিধান