শুং
śum
অৰ্থ
1.
ধান আদি শস্যৰ গাত থকা জোঙা ছল
the awn or beard of corn or grass
বি.
2.
যেই সেই সৰু জোঙা ছল; যেনে-"বিছাৰ শুং" (নোম); "বৰলৰ শুং" (ওভোতা জোং)
anything fine and pointed
বি.
3.
অলপ সম্ভেদ; উবা
a clue to something; slight information
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ