অচৰ
acara
অৰ্থ
1.
যি নেযায় বা গতি নকৰে; স্হাবৰ বস্ত্ত; যেনে-গছ, লতা, মাটি আদি।
বি.
2.
গতি-হীন; যেনে-"সচৰ অচৰ হয় অচৰে চৰগতি" (বৰগীত)
stationary
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ