← ফুৰি যাওক

শিলীমুখ

śilīmukha

অৰ্থ

1.

এবিধ বৰ চোকা কাঁড়

a kind of arrow with the head of adamant

বি.

2.

মৌ-মাখি; ভোমোৰা।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শিলীমুখ · অসমীয়া অভিধান