শিলিখা
śilikhā
অৰ্থ
1.
এবিধ ওখ ডাঙৰ গছ আৰু তাৰ গুটি, হৰীতকী [ইয়াৰ ছাল আৰু গুটি ঔষধ আৰু ৰং তৈয়াৰ কৰাত ব্যবহাৰ হয়।]
the myrobalam; Terminalia citrina, or chebula or tomentosa (Retz)
বি.
2.
শোভাৰ কাৰণে খাৰু আদিৰ গাত তুলি সজা শিলিখাৰ আকৱতিৰ দীঘলীয়া উঠঙা বা সিৰ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ