শান্তি
śānti
অৰ্থ
1.
স্হিৰতা; নিৰল অবস্হা
quietness
বি.
2.
হুলস্হুল বা আপদ-উপদ্ৰবৰ অভাব
peace; absence of trouble
বি.
3.
সান্ত্বনা; শোক বা উদ্বেগৰ অভাব
peace of mind; solace
বি.
4.
গাৰ দুখ বা আপদৰ উপশম
alleviation of physical pain or misery
বি.
5.
বিশ্ৰাম
rest
বি.
6.
অমঙ্গল বা অশুচি দূৰ কৰিবলৈ পবিত্ৰ পানীৰ ছাটি
the act of sprinkling with sacred water
বি.
7.
প্ৰথম ৰজস্বলা হোবা অবস্হা; শান্তি-বিয়া ।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ