← ফুৰি যাওক

শাঙ্কৰী

śāṅkarī

অৰ্থ

1.

শঙ্কৰী; শঙ্কৰদেবৰ সময়ৰ বা তেওঁৰ প্ৰভাব থকা; যেনে-"অসমীয়া ভাষাৰ শাঙ্কৰী যুগ"

pertaining to the time of Śaṇkaradeva

বিণ.

2.

শঙ্কৰাচাৰ্য্যই লিখা (টীকা); যেনে-"শাঙ্কৰী ভাস্কৰীঃ মতক আলোকিঃ টীকা চাই হনুমন্তী" (মিশ্ৰ-গীতা)

written by Śaṇkarācārya

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ