← ফুৰি যাওক

শাখা

śākhā

অৰ্থ

1.

গছৰ ডাল; ঠাল

branch of a tree

বি.

2.

কোনো ঘাই বস্ত্তৰপৰা বাঢ়ি যোবা এটা অংশ

a branch or a subsidiary part of any main thing

বি.

3.

বেদৰ কোনো এটা ভাগ

a division of the Vedas

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাখা · অসমীয়া অভিধান