শাক্ত
śākta
অৰ্থ
1.
দুৰ্গা, কালী আদিৰ উপাসক; শক্তি-উপাসক; তান্ত্ৰিক
a worshipper of the female principle, Durgā or her forms
বি.
2.
শক্তি-পূজা সম্বন্ধীয়; যেনে-"শাক্ত পন্থা"
relating to the worship of the female principle
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ