← ফুৰি যাওক

শাকদ্বীপ

śākadbīpa

অৰ্থ

1.

পৱথিবীৰ সাতোটা বিভাগৰ এটা; শক জাতিৰ মানুহ থকা দেশ (পুৰাণ); যেনে-"শাক নামে দ্বীপ আৰু সিপাৰে প্ৰকাশে" (অনাদি-পাতন)

the land of the Scythians

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাকদ্বীপ · অসমীয়া অভিধান