← ফুৰি যাওক

শলা

śalā

অৰ্থ

1.

কাঠ, বাঁহ, লো আদিৰ মূৰ জোঙা গোটা কাঠী

a spike or a pin of bamboo, iron or wood

বি.

2.

শলা-কাঠী; যঁতৰৰ সূতা মেৰোবা কাঠী

a spindle

বি.

3.

শলাকানি চাকিত ব্যবহাৰ কৰা ফটাকানিৰ সৰু নুৰা

the wick of a lamp

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শলা · অসমীয়া অভিধান