← ফুৰি যাওক

শলখা

śalakhā

অৰ্থ

1.

নঙলা মৰা ডাং

the bar of the gateway

বি.

2.

দুপতীয়া দুবাৰৰ দাঁতিত লগাই দিয়া আঙঠি বা বিন্ধাত সুমাই দুবাৰ বন্ধ কৰা চুটি মাৰি

a door latch

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শলখা · অসমীয়া অভিধান