← ফুৰি যাওক

শ'লমাৰি

śa'lamāri

অৰ্থ

1.

ম'হ বা গৰুৰ ডিঙিৰপৰা যুঁবলি বাগৰি পৰিব নোবৰাকৈ যুঁবলিত বিন্ধা দি ডিঙিৰ দুই কাষে মাৰি দিয়া গোটা শাল বা খুঁটি

the pin of ox or buffalo yoke

বি.

2.

দোলাৰ ওপৰেদি নি ঢেকৰৰ মূৰে মূৰে লগাই দিয়া মাৰি

the horizontal bar at the top of a dolā

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শ'লমাৰি · অসমীয়া অভিধান