শল্
śal
অৰ্থ
1.
কাঠ আদিত লগোবা বৰণ নেৰাবলৈ তাক লা সানি ঢাক্; যেনে-"লাৰে শলা বৰণ বেগাই নেৰায়"
to cover with lac, as the painting on wood
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ