← ফুৰি যাওক

শণতাই

śaṇatāi

অৰ্থ

1.

তীক্ষ্ণ; চোকা; যেনে-"শণাইত ত্ৰিশূল সম দেখি লাগে ডৰ" (বিৰাটপৰ্ব্ব)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শণতাই · অসমীয়া অভিধান