← ফুৰি যাওক

শঙ্খচূড়

śaṅkhacūṛa

অৰ্থ

1.

কৱষ্ণই বধ কৰা এজন ভকতীয়া অসুৰ; তুলসীৰ স্বামী

বি.

2.

কৱষ্ণই বধ কৰা এটা যক্ষ; যেনে-"শঙ্খচূড় নামে যক্ষ মহা ভয়ঙ্কৰ" (দশম)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ