← ফুৰি যাওক

শঁখ

śam̐kha

অৰ্থ

1.

এবিধ সাগৰৰ শামূক [তাৰ মূৰৰ বিন্ধাইদি ফুঁবাই বাদ্য কৰে।]

the conch-shell

বি.

সমাৰ্থক শব্দ

2.

শঙ্খৰপৰা কৰা হাতত পিন্ধা বলয়া; যেনে-"মাথে খোপা শঙ্খ বান্ধি দুই বাহে" (বিৰাটপৰ্ব)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ