← ফুৰি যাওক

শঙ্কু

śaṅku

অৰ্থ

1.

সময় নিৰূপণ কৰিবলৈ ব্যবহাৰ কৰা এবেগেত দীঘল এডাল কাঠী

a small stick ½ cubit long for certaining the hour of the day by using in a sun-dial

বি.

2.

মহাৰাজ বিক্ৰমাদিত্যৰ সভাত থকা নজন পণ্ডিতৰ এজন

one of the nine jewels (savants) of the court of King Vikramāditya

বি.

3.

পুৰাণত উল্লেখ থকা এবিধ অস্ত্ৰ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ