← ফুৰি যাওক

লোবা খা

lobā, khā

অৰ্থ

1.

লোৰ শিকলিৰ বান্ধত পৰ্; যেনে-"এনে কথাত তোমালোকে বাৰম্বাৰ লোবা খাইছা" (বুৰঞ্জী)

to be fettered with iron chains

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লোবা খা · অসমীয়া অভিধান