লোবা
lobā
অৰ্থ
1.
বন্দিয়াৰৰ ভৰিত লগোবা লোৰ আঙঠি যা শিকলি
iron fetter
বি.
2.
লো
iron
বি.
3.
ভাঁজি টান কৰ্ (পিঠা-গুড়ি)
to harden by heating or coasting, as rice-powder
অক. ধা.
4.
হাত পাতি ধৰা; গ্ৰহণ কৰা
to cause to be taken or received
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ