← ফুৰি যাওক

লোৰ্

lor

অৰ্থ

1.

কাটি বা হাতেৰে সংগ্ৰহ কৰ্ (খৰি)

to cut and gather, as fuel

সক. ধা.

2.

ওলমা, ওলমি চঞ্চল হৈ থাক্; যেনে-"নীল তনু পীত পট ধটি লটি লোৰে" (বৰগীত)।

অক. ধা.

3.

লুট কৰ্; ঢাঁহি-মুহি নি; চুৰকৈ বা ডকা দি নি

to plunder

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লোৰ্ · অসমীয়া অভিধান