← ফুৰি যাওক

লোক-পৰম্পৰা

loka-paramparā

অৰ্থ

1.

লোকে কৰা দেখি; যেনে-"লোক-পৰম্পৰা তুমি কৰ্ম্ম নকৰিবা। যিজনে জানয় তত্ত্ব-উপদেশ লৈবা" (মিশ্ৰ-গীতা)

ক্ৰি. বিণ.

2.

ক্ৰমাগতভাবে চলি অহা; পুৰুষানুক্ৰমে।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ