লেপেটীয়া
lepeṭīẏā
অৰ্থ
1.
আৰম্ভ কৰা কামৰ শেষলৈকে লাগি থকা; নেৰা- নেপেৰাকৈ কামত লাগি থকা
persevering
বিণ.
2.
লেপেট-খাই ধৰা; গোটেইখন গাল ঢাকি ধৰা; যেনে-"লেপেটীয়া চৰ"
covering the whole cheek
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ