← ফুৰি যাওক

লেথেৰি

letheri

অৰ্থ

1.

লগা-লগি হৈ থকা বা হোবা অবস্হা

the state of standing or remaining contiguously

বি.

সমাৰ্থক শব্দ

2.

লগা-লগি হৈ হোবা বা থকা; শাৰী হৈ থকা

existing or occurring in contiguity; standing in a contiguous line

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লেথেৰি · অসমীয়া অভিধান