লেটিয়া
অৰ্থ
1.
ধূলি, বোকা আদিত চোঁচোৰাই নি; . সানমিহলি কৰ্
to draw along the ground; to trail ; to mix up
সক. ধা.
2.
দোষত লগ লগা বা সামৰ্
to implicate
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ