← ফুৰি যাওক

লেটা

leṭā

অৰ্থ

1.

পকি এটাই নিজৰ পেটৰ সূতা মেৰাই মেৰাই তাৰে বাহ সাজি তাৰ ভিতৰত থকা পলু বা সেই নিচিনা পোক

a chrysalis

বি.

2.

"লেটিয়া" চোবাঁ।

সক. ধা.

3.

লেটাইত মেৰাই নেছা কৰ্

to reel as thread

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লেটা · অসমীয়া অভিধান