লুৰফুৰা
luraphurā
অৰ্থ
1.
লাহে লাহে হাত ফুৰা; পাতল বস্ত্তৰে ওপৰে ওপৰে লাহেকৈ ঘঁহ
to pat gently; to rub gently with a light thing
অক. ধা.
2.
ফুচুলা; মিঠা কথা কৈ মন ভুলা
to coax; to persuade by fonding
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ