লুভীয়া
lubhīẏā
অৰ্থ
1.
লোকৰ বস্ত্তলৈ বৰকৈ হেঁপাহ কৰা
covetous
বিণ.
2.
জিভাত সোবাদ লগা বস্ত্ত খাবলৈ বৰ হেঁপাহ কৰা
eager to enjoy palatable things
বিণ.
3.
লোভ থকা মানুহ
a covetous or greedy man
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ