← ফুৰি যাওক

লুপ্লুপা

luplupā

অৰ্থ

1.

ঘনে ঘনে চেলেকি বা খাই থাক্ (নিন্দাত); যেনে -"খঁকুবা লৰাই দিনৰ দিনটো লুপ্লুপাই থাকে"

to sip or eat frequently in small quantities

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লুপ্লুপা · অসমীয়া অভিধান