← ফুৰি যাওক

লুটিয়া

অৰ্থ

1.

ওপৰৰ ফাল তল কৰ্

to turn upside down

সক. ধা.

2.

ওলটা; ইফালৰ পিঠি সিফাল বা সিফালৰ পিঠি ইফাল কৰ্

to turn over

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ