← ফুৰি যাওক

লুকা

lukā

অৰ্থ

1.

নেদেখাকৈ থ; ঢাকি ৰাখ্

to conceal

সক. ধা.

2.

আনে নেদেখা হৈ থাক্; ঢাক খাই থাক্; আবৱত হৈ থাক্; . কৱদ

to lie or remain hidden

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লুকা · অসমীয়া অভিধান