লী-লিয়া
lī-liẏā
অৰ্থ
1.
খাবৰ বা চেলেকিবৰ অভিপ্ৰায়ে কোঁচ খাই থকা অবস্হা এৰি দীঘল হৈ বা মেল খাই লৰচৰ কৰ্ (জিবা, জোঁক)
to extend the body to reach anything
অক. ধা.
2.
গাটো দীঘল বা মেল খুবাই কেৰমেৰাই বা বগাই ফুৰ্
to wriggle; to move tortuously
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ