লিয়ে
liẏe
অৰ্থ
1.
লয়; যেনে-"পণ্ডিতে পঢ়ে শাস্ত্ৰ মাত্ৰ সাৰ ভকতে লিয়ে" (বৰগীত)
সক. ধা.
2.
লৈ; যেনে "সাথে লিয়ে ব্ৰজবাল গোসাঁই" (বৰগীত)।
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ