← ফুৰি যাওক

লেখা

অৰ্থ

1.

লিখি উলিওবা কাকতখন; লিপি; কোনো চিঠি পত্ৰাদি (খন শব্দ পিছত থাকে); যেনে-ডাকত লিখা এখন দি পঠালে (বুৰঞ্জী)

a written paper; letter or document

বি.

2.

পৰৰ হতুবাই কাকত লিখা

to cause to write

সক. ধা.

3.

আনৰ দ্বাৰা গণনা বা হিছাপ কৰা

to cause to be counted

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ