← ফুৰি যাওক

লিখ্

likh

অৰ্থ

1.

আখৰৰ দ্বাৰা ব্যক্ত কৰ্; আখৰেৰে বিদিত কৰ্; আখৰ দি; অঙ্কিত কৰ্; লেখ্

to write

সক. ধা.

2.

চিত্ৰ কৰ্; লেখনীৰে মূৰ্তি আঁক্

to paint

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ