লাহে লাহে
lāhe, lāhe
অৰ্থ
1.
ধীৰে ধীৰে
slowly
ক্ৰি. বিণ.
2.
ক্ৰমে; এখোজ এখোজকৈ; অলপ অলপকৈ আগ বাঢ়ি
step by step; gradually
ক্ৰি. বিণ.
3.
সৰু সৰুকৈ (কথা কোবাত)
softly; in low voice
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
lāhe, lāhe
ধীৰে ধীৰে
slowly
ক্ৰি. বিণ.
ক্ৰমে; এখোজ এখোজকৈ; অলপ অলপকৈ আগ বাঢ়ি
step by step; gradually
ক্ৰি. বিণ.
সৰু সৰুকৈ (কথা কোবাত)
softly; in low voice
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ