লাহেকৈ
lāhekai
অৰ্থ
1.
হেঁচা বা টেপা নমৰাকৈ; মৱদুৰূপে
gently; softly; lightly
ক্ৰি. বিণ.
2.
উচ্চ বা ডাঙৰ নোহোবাকৈ সৰু মাতেৰে
in low voice
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
lāhekai
হেঁচা বা টেপা নমৰাকৈ; মৱদুৰূপে
gently; softly; lightly
ক্ৰি. বিণ.
উচ্চ বা ডাঙৰ নোহোবাকৈ সৰু মাতেৰে
in low voice
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ