লাৰ
lāra
অৰ্থ
1.
জোকাৰ্; সঞ্চালিত কৰ্; লৰা
to move; to stir
সক. ধা.
2.
ছো
to touch
সক. ধা.
3.
স্হানান্তৰ কৰ্
to remove
সক. ধা.
4.
অন্য ৰকম কৰ্; সলা। যেনে-"যিটো মত লাৰিঃ আন আচৰয়ঃ পৰম সিটো মুগুধ" (কীৰ্ত্তন); বি. লাৰণ , কৱদ.
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ