← ফুৰি যাওক

লাঙে লাঙে

অৰ্থ

1.

দীঘল দীঘল টুকুৰা কৰি; যেনে-"তেওঁ মুখত খোবা ধঁপাত লাঙে লাঙে খায়"

a long pieces

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লাঙে লাঙে · অসমীয়া অভিধান