← ফুৰি যাওক

লক্ষ্মী

lakṣmī

অৰ্থ

1.

ধন-সম্পদ দিয়া দেবী

the goddess of wealth

বি.

2.

ঐশ্বৰ্য্য; বিভূতি

wealth and riches

বি.

3.

লক্ষ্মীৰ দৰে; সকলো গুণ থকা (তিৰোতা)

well-qualified

বিণ.

4.

অন্ন; ধান-চাউল; লখিমী

rice

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লক্ষ্মী · অসমীয়া অভিধান